Skip to content

Assamese Maha ashtami/Durga ashtami Quotes and status

 The eighth day of Navaratri is called Mahashtami or maha astami or durga ashtami. On this day people worship weapons(astra-puja). Mahastami or durga ashtami is celebrated all over the world by Shakta Hindu people. We collected and created some qoutes and status for this occasion in Assamese language.

mahastami wishes in assamese

 Maha asshtami/Durga ashtami Quotes in Assamese

“মা দুৰ্গাই আপোনাক আৰু আপোনাৰ পৰিয়ালক সমৃদ্ধি প্ৰদান কৰক। তেখেতৰ আশীৰ্বাদ সদায় আপোনাৰ সৈতে থাকক। শুভ দুৰ্গা অষ্টমী।”

“এই দুৰ্গা অষ্টমীয়ে আনন্দ, সম্পদ আৰু সুস্বাস্থ্যেৰে আপোনাৰ জীৱন উজ্জ্বল কৰক। আপোনাক দুৰ্গা অষ্টমীৰ মঙ্গলময় শুভেচ্ছা জনাইছো।”

“মা দুৰ্গাই আপোনাৰ জীৱনক সুখৰ অগণন আশীৰ্বাদেৰে আলোকিত কৰক। শুভ মহা অষ্টমী।

“যেনেকৈ ভগৱতী দুৰ্গাই ভগৱান ৰামক ৰাৱণৰ সৈতে যুঁজ দিবলৈ, দুষ্টতাৰ বিৰুদ্ধে যুঁজিবলৈ আশীৰ্বাদ দিছিল ঠিক তেনেকৈ দেৱী দুৰ্গাই আপোনাক আশীৰ্বাদ কৰক । মহাঅষ্টমীৰ অলেখ শুভেচ্ছা জনাইছো।”

“দেৱী দুৰ্গাই আপোনাক ভালৰ বাবে যুঁজিবলৈ আৰু দুষ্টতাক অতিক্ৰম কৰিবলৈ শক্তি দিয়ক। দুৰ্গা অষ্টমীৰ দিনটো আনন্দময় উদযাপনৰ বাবে মঙ্গলময় শুভেচ্ছা জনাইছোঁ।”

“মহা অষ্টমীৰ এই শুভ ক্ষণত,  মা দুৰ্গাই যাতে সকলোৰে আকাংক্ষা পূৰণ কৰক, লগতে আনন্দৰ পৰিৱেশ আৰু আমাৰ সমাজৰ পৰা সকলো অশুভ শক্তি আঁতৰ কৰক।”

“এয়া হৈছে মাতৃৰ উপাসনা উৎসৱ, এয়া হৈছে মাতৃৰ 9 টা প্ৰকাৰৰ ভক্তিৰ উৎসৱ, এয়া হৈছে শুম্ভ আৰু নিশুম্ভ দৰে দানৱ শক্তিক পৰাভূত কৰা উৎসৱ মহাঅষ্টমীৰ পূণ্য ক্ষণত মাই যেন আমাৰ মনৰ অসুৰীক প্ৰবৃত্তিবোৰ নাশ কৰে।”

“দেৱী দুৰ্গাই আপোনাক আৰু আপোনাৰ পৰিয়ালক নাম, খ্যাতি, সফলতা আৰু আনন্দেৰে যেন শক্তিশালী কৰক। আপোনালৈ মহাষ্টমীৰ শুভেচ্ছা জনালোঁ।”

“দেৱী দুৰ্গাৰ ঐশ্বৰিক আশীৰ্বাদে আপোনাক যেন প্ৰচুৰ আনন্দ আৰু সুখ প্ৰদান কৰক। দুৰ্গা অষ্টমী দিনা আপোনাক হিয়াভৰা শুভেচ্ছা যাচিলোঁ!”

“এই দুৰ্গা অষ্টমীয়ে আপোনাৰ জীৱনলৈ যেন অলেখ সুখী সময় আৰু এটি সফল আৰু কৰ্মময় বছৰ কঢ়িয়াই আনে । আপোনালৈ মহাষ্টমীৰ মঙ্গলময় শুভেচ্ছা জনাইছো।”

“এয়া হৈছে উদযাপনৰ সময়, বেয়াৰ ওপৰত ভালৰ জয়ৰ সময়, এনে এক সময় যেতিয়া পৃথিৱীয়ে ভালৰ শক্তি দেখিছে, আজি মহাষ্টমী ৰ দিনত মাই যেন আমাৰ পৰা বেয়া ভাৱ আঁতৰাই নিয়ে।”

“দৈনন্দিন সূৰ্য উদয় হৈ আমাক এটা বাৰ্তা দিয়ে যে অন্ধকাৰ সদায় পোহৰৰ দ্বাৰা পৰাভূত হয়। আহক আমি একেটা প্ৰাকৃতিক নিয়ম অনুসৰণ কৰোঁ। মাৰ দিব্য আলোকত অজ্ঞানতাৰূপী এন্ধাৰক পৰাভূত কৰোঁ। মহাষ্টমীৰ মঙ্গলময় শুভকামনা।”

“মা দুৰ্গাই আমাক ভয় দূৰ কৰিবলৈ, বেয়াৰ বিৰুদ্ধে যুঁজিবলৈ আৰু সকলো দুখ-কষ্ট আঁতৰাবলৈ শক্তি দিয়ক। সকলোকে দুৰ্গাষ্টমী মঙ্গলময় শুভকামনা।”

Assamese Facebook Status on Maha ashtami

mahastami wishes in assamese
mahastami wishes in assamese
mahastami wishes in assamese

Maha ashtami Durga ashtami Story

তলৰ ফটো সমূহ আপুনি নিজৰ ফেচবুক বা ইনষ্টাগ্ৰাম story ত আৰু WhatsApp status ত লগাব পাৰে।

mahastami wishes in assamese
mahastami wishes in assamese
mahastami wishes in assamese
mahastami wishes in assamese
mahastami wishes in assamese

 মহাষ্টমী ৰ মঙ্গলময় শুভাকামনাৰে…………………….

Leave a Reply

Your email address will not be published.