Skip to content

Independence day wishes in Assamese | স্ৱাধীনতা দিৱসৰ শুভেচ্ছাবাণী|15 August | 15 আগষ্ট

independence day wishes in Assamese

ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্ট তাৰিখে বৃটিছ শাসনৰ পৰা মুক্তি লাভ কৰি এক স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ হিচাবে স্বীকৃতি লাভ কৰিছিল। সেই গতিকে প্ৰতি বছৰে 15 আগষ্ট তাৰিখে আমি ভাৰতৰ জনগণে স্বাধীনতা দিৱস উদযাপন কৰোঁ আৰু ইজনে সিজনক স্বাধীনতা দিৱসৰ শুভেচ্ছাবাণী বা Independence day wishes in Assamese প্ৰেৰণ কৰোঁ। তলত অসমীয়াত স্বাধীনতা দিৱসৰ শুভেচ্ছাবাণী কিছুমান আপোনাৰ বাবে প্ৰস্তুত কৰিলোঁ।

স্ৱাধীনতা দিৱসৰ শুভেচ্ছাবাণী |independence day wishes in Assamese

আপোনাক স্বাধীনতা দিৱসৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলো।

স্বাধীনতা আমাৰ জন্মস্বত্ব অধিকাৰ আছিল আৰু ইয়াক আমি 15 আগষ্ট 1947 চনত লাভ কৰিলোঁ ব্ৰিটিছ শাসন ওফৰাই। স্বাধীনতা দিৱসৰ  অলেখ শুভেচ্ছা জনালোঁ।

 স্বাধীনতা আমি সহজতে পোৱা নাছিলো। প্ৰায় 100 বছৰ ব্ৰিটিছ ৰ লগত যুঁজি পাইছো এই স্বাধীনতা। এই স্বাধীনতা উপভোগ কৰিবলৈ যাওঁতে কিছুমান দায়িত্ব আৰু কৰ্তব্য আমি পালন কৰাটো অত্যন্ত জৰুৰী। তেহে আমি প্ৰকৃত স্বাধীন নাগৰিক হ’ম। স্বাধীনতা দিৱসৰ হিয়াভৰা ওলগ যাছিলোঁ।

স্বাধীনতাৰ মিঠা সোৱাদ লবলৈ কৰ্তব্য আৰু দায়িত্বৰ তিতা সোৱাদ ল’বলৈ আমি সদা প্ৰস্তুত হব লাগিব। স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা থাকিল।

See also Friendship Quotes in Assamese

স্বাধীনতা আনিবলৈ আমাৰ পূৰ্বপুৰুষে কৰা ত্যাগক আমি পাহৰি যোৱাটো কেতিয়াও উচিৎ নহয়। গতিকে আহক কষ্ট’পাৰ্জিত এই স্বাধীনতাক আমি যথোপযুক্ত সন্মান দিওঁ। স্বাধীনতা দিৱসৰ অলেখ অভিনন্দন তথা শুভকামনা জনালোঁ।

independence day wishes in Assamese photo

Independence day wishes in Assamese
Independence day wishes in Assamese
Independence day wishes in Assamese
Independence day wishes in Assamese
Independence day wishes in Assamese
Independence day wishes in Assamese
Independence day wishes in Assamese
Independence day wishes in Assamese
Independence day wishes in Assamese
Independence day wishes in Assamese

Conclussion

শেষত সদৌটিলৈ আমাৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন আৰু ওলগ জনালোঁ।

2 thoughts on “Independence day wishes in Assamese | স্ৱাধীনতা দিৱসৰ শুভেচ্ছাবাণী|15 August | 15 আগষ্ট”

  1. Pingback: Assamese birthday wishes, quotes, shayari - Assamese Quotes Online

  2. Pingback: Assamese good morning quotes wishes and status images ||সুপ্ৰভাত মেছেজ|| ||পুৱাৰ শুভেচ্ছা বাণী|| - Assamese Quotes Online

Leave a Reply

Your email address will not be published.