Skip to content

Best Motivational quotes Assamese ||inspirational quotes in Assamese||

Best Motivational quotes Assamese feature image

Motivational Quotes Assamese বা প্ৰেৰণাদায়ক উক্তি সমূহ আজিৰ প্ৰতিযোগিতামূলক জীৱনত প্ৰায়েই প্ৰয়োজন বোধ হয়, নহয়নে? জীৱনৰ পথত পোৱা খাল-বাম বোৰ অতিক্ৰম কৰিবলৈ বা এনে সন্ধিক্ষণত পৰা বন্ধু এজনৰ লগত শ্বেয়াৰ কৰিবলৈ এনে অনুপ্ৰেৰণামূলক মহান লোকৰ উক্তি বা মহৎ লোকৰ বাণী (inspirational quotes in Assamese)বৰ উপযোগী হয়। ইয়াত আপুনি বিচাৰি থকা motivational quotes assamese quotes on life, assamese motivational quotes, motivational quotes in assamese বা inspiring assamese motivational quotes এই বোৰৰ বিষয়ে লিখিছোঁ। আমি ১০০% নিশ্চিত যে এনে বিস্তাৰিত ভাৱে লিখা উক্তি (quotes) পঢ়ি উঠি আপুনি সঁচাকৈয়ে অনুপ্ৰাণিত হ’ব।

যদিহে আপুনি Motivational quotes in English বিচাৰি আছিল বা ইংৰাজী লিখনি পঢ়িব বিচাৰে তেন্তে ইয়ালৈ যাব পাৰে।

যদিহে আপুনি Motivational quotes in hindi বিচাৰি আছিল বা হিন্দীত লিখনি পঢ়িব বিচাৰে তেন্তে ইয়ালৈ যাব পাৰে।

Assamese motivational quotes: What Chanakya Said ||অনুপ্ৰেৰণামূলক উক্তি : চাণক্যই (কৌটিল্য) কি কৈছিল!||

কৌটিল্য যাক চাণক্য নামেৰে জনা যায়, তেওঁৰ নীতি কথা কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বত চৰ্চিত, সমাদৃত। আমি তেওঁৰ কেইটামান অনুপ্ৰেৰণা দায়ক উক্তি(motivational quotes of chanakya) ইয়াত সন্নিবিষ্ট কৰিছো।

assamese inspirational quotes : Chanakya

“ধন, বন্ধু, পত্নী আৰু ৰাজ্য পুনৰ প্ৰাপ্ত হ’ব পাৰে, কিন্তু হেৰুওৱা এই শৰীৰটো পুনৰ কেতিয়াও প্ৰাপ্ত নহ’ব।”

~ চাণক্য

“সত্য এইটোৱে যে বেপাৰত কেতিয়াও বন্ধু নাথাকে আৰু যি মিত্ৰ থাকে,তেনে তেওঁৰ বাবে তুমি এটা জখলা।”

– চাণক্য।

“কোনেও শক্তিশালী মনক পৰাজিত কৰিব নোৱাৰে।”

~ চাণক্য

“আনৰ ভুলৰ পৰা শিকক…। কিয়নো আনে কৰা সকলোবোৰ ভুল আপুনি কৰিবলৈ আপোনাৰ হাতত সিমান সময় নাথাকে।”

~ চাণক্য
Downloadable motivational quotes assamese image
Chanakya on Body in Assamese

“আটাইতকৈ ডাঙৰ গুৰু-মন্ত্ৰ টো হ’ল: কেতিয়াও আপোনাৰ গোপন কথা কাৰো সৈতে ভাগ বতৰা নকৰিব। ই আপোনাক ধ্বংস কৰিব।”

~ চাণক্য

এইটো লিখনি নপঢ়াকৈ নাথাকিব- এক্কেবাৰে নতুন জন্মদিনৰ শুভেচ্ছাবাণী status quotes, Happy birthday wishes for Boyfriend

“যদিও এটা সাপ বিষাক্ত নহয়, তথাপি ই বিষাক্ত হোৱাৰ অভিনয় কৰে।”

~ চাণক্য

“এজন মানুহ জন্মগত ভাৱে মহান নহয়, কামৰ দ্বাৰা মহান হয়।”

~ চাণক্য

এইখিনিতেই আমাজনত পোৱা এটি উৎপাদ Audible বিধৰ বিষয়ে কওঁ। ই হৈছে শ্ৰৱ্য ছফ্টৱেৰ। ইয়াত হাজাৰ হাজাৰ লোকে গোৱা গীত, কিতাপ(উপন্যাস/গল্প/জীৱনী আদি যি কোনো কিতাপ), যিটো কোনোবাই পঢ়ি সেয়া ৰেকৰ্ডিং কৰি থোৱা আছে। তলত আমি চাণক্য নীতি audio book এটাৰ লিংক দিছোঁ। আপোনাক যদি নতুন প্ৰযুক্তি try কৰিব মন যায়, চাই লব পাৰে।

“নম্ৰতা হৈছে আত্ম নিয়ন্ত্ৰণৰ মূল।”

~ চাণক্য

“ঈশ্বৰে কাঠ, বা শিল বা মাটিৰ মূৰ্তিত বাস নকৰে। তেওঁৰ বাসস্থান আমাৰ অনুভৱ, আমাৰ চিন্তাত আছে। কেৱল এই অনুভৱৰ জৰিয়তে হে আমি ঈশ্বৰক এই মূৰ্তিবোৰত বিদ্যমান বুলি গণ্য কৰোঁ”

~ চাণক্য

শিক্ষা হৈছে সৰ্বশ্ৰেষ্ঠ বন্ধু। এজন শিক্ষিত ব্যক্তিক সকলো ঠাইতে সন্মান কৰা হয়। শিক্ষাই সৌন্দৰ্যক পৰাজিত কৰে।”

~ চাণক্য

“এবাৰ আপুনি কিবা এটাত কাম কৰা আৰম্ভ কৰিলে বিফলতাৰ ভয় নকৰিব আৰু ইয়াক এৰি নিদিব। আন্তৰিকতাৰে কাম কৰা লোকসকল আটাইতকৈ সুখী।”

~ চাণক্য

motivational quotes assamese quotes on life

“এজন ব্যক্তিয়ে অত্যাধিক সৎ হোৱা উচিত নহয়। পোন গছবোৰ প্ৰথমে কাটি দিয়া হয় আৰু সৎ লোকসকলক প্ৰথমে মাৰপিট কৰা হয়”

~ চাণক্য

“যি তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে অত্যাধিক ভাৱে জড়িত, তেওঁ ভয় আৰু দুখ অনুভৱ কৰে, কিয়নো সকলো দুখৰ মূল হৈছে আসক্তি। সুখী হ’বলৈ আসক্তি বৰ্জন কৰা উচিত।”

~ চাণক্য

“এজন মানুহ জন্মগত ভাৱে মহান নহয়, কামৰ দ্বাৰা মহান হয়।”

~ চাণক্য

“কিবা কাম আৰম্ভ কৰাৰ আগতে সদায়ে নিজকে তিনিটা প্ৰশ্ন সুধিব- মই কিয় এইটো কৰি আছোঁ, ফলাফল কি হ’ব পাৰে আৰু মই সফল হ’ম নে। কেৱল যেতিয়া আপুনি গভীৰভাৱে চিন্তা কৰে আৰু এই প্ৰশ্নবোৰৰ সন্তোষজনক উত্তৰ পায়,  তেতিয়াহে আগবাঢ়ি যাওক।”

~ চাণক্য

Motivational quotes in Assamese ||অসমীয়া motivation||

ইয়াত আমি বিভিন্ন মহান ব্যক্তিৰ quote বা উক্তি সন্নিৱিষ্ট কৰিছোঁ যিয়ে আপোনাক দিব যথেষ্ঠ motivation । তেন্তে আহক চাওঁ..

“বৰষুণৰ সময়ত সকলো চৰাইয়ে আশ্ৰয় পায়। কিন্তু ঈগলে ডাৱৰৰ ওপৰেৰে উৰি বৰষুণ পৰিহাৰ কৰে।”

~ এ পি জে আব্দুল কালাম

“সফলতাৰ কাহিনী নপঢ়িব, আপুনি কেৱল এটা বাৰ্তা (message) পাব। বিফলতাৰ কাহিনী পঢ়ক, সফলতা পাবলৈ আপুনি কিছুমান ধাৰণা (idea) পাব।”

~ এ পি জে আব্দুল কালাম
motivational quotes assamese image
Dr Kalam on Success in Assamese

“যিজনে কেতিয়াও ভুল কৰা নাছিল তেওঁ কেতিয়াও নতুন একো চেষ্টা কৰা নাছিল।”

~ আইনষ্টাইন

“জীৱন টো চাইকেল চলোৱাৰ দৰে। আপোনাৰ ভাৰসাম্য ৰাখিবলৈ আপুনি আগবাঢ়ি থাকিব লাগিব।”

~ আইনষ্টাইন

“যদি আপুনি সদায় খং কৰে বা অভিযোগ কৰে তেন্তে মানুহৰ আপোনাৰ বাবে সময় নাথাকিব।”

~ ষ্টিফেন হকিং

“আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰম হৈছে বিফলতা নামৰ ৰোগটো কমাবলৈ সৰ্বশ্ৰেষ্ঠ ঔষধ। ই আপোনাক এজন সফল ব্যক্তি কৰি তুলিব।”

~ এ পি জে আব্দুল কালাম

“আপুনি কৰা প্ৰায় সকলো বোৰ কামৰ কোনো গুৰুত্ব নাথাকিব পাৰে, কিন্তু আপুনি কাম কৰাটো গুৰুত্বপূৰ্ণ।”

~ মহাত্মা গান্ধী

“সফল ব্যক্তি হোৱাতকৈ, এজন মূল্যৱান ব্যক্তি হ’বলৈ চেষ্টা কৰক।”

~ মহাত্মা গান্ধী

“অসুবিধাৰ মাজত সুযোগ থাকে।”

~ আইনষ্টাইন

“কামে আপোনাক অৰ্থ আৰু উদ্দেশ্য প্ৰদান কৰে, আৰু ইয়াৰ অবিহনে জীৱন খালী।”

~ ষ্টিফেন হকিং

motivational status assamese – motivational quotes assamese

“যদি আপুনি খ্যাতিৰে জন্ম গ্ৰহণ কৰে, ই এক দুৰ্ঘটনা। যদি আপুনি খ্যাতিৰে মৃত্যুবৰণ কৰে, তেন্তে এয়া এক সফলতা।”

~ এ পি জে আব্দুল কালাম

আপুনি কোন তাৰ বাবে গৌৰৱান্বিত হওক, আন কোনোবাই আপোনাক কেনেদৰে চায় তাৰ বাবে লজ্জিত নহ’ব।

~ অজ্ঞাত

“আপোনাৰ সুখ আপোনাৰ ওপৰত নিৰ্ভৰ কৰে, কেৱল আপোনাৰ ওপৰত।”

~ এৰিষ্টটল

“যেতিয়া আমাৰ স্বাক্ষৰ অটোগ্ৰাফলৈ সলনি হয়, তেতিয়া ই সফলতা চিহ্নিত কৰে।”

~ এ পি জে আব্দুল কালাম

“জ্ঞানতকৈ কল্পনা অধিক গুৰুত্বপূৰ্ণ।”

~ আইনষ্টাইন

“মনোবৃত্তিৰ দুৰ্বলতা চৰিত্ৰৰ দুৰ্বলতা হৈ পৰে।”

~ আইনষ্টাইন

“যিয়ে একেটা কাম বাৰে বাৰে কৰি ভিন্ন ফলাফল আশা কৰে, তেওঁ এজন পাগল।”

~ আইনষ্টাইন

“এদিন আপুনি কামটো এৰি নিদিয়াৰ বাবে নিজকে ধন্যবাদ জনাব…”

~ অজ্ঞাত

 “আমাৰ সকলোৰে সমান প্ৰতিভা নাই। কিন্তু, আমাৰ সকলোৰে ওচৰত আমাৰ প্ৰতিভা বিকাশৰ সমান সুযোগ আছে।”

~ এ পি জে আব্দুল কালাম

inspiring assamese motivational quotes

আপোনাক অধিক উৎসাহ উদ্গনি তথা অনুপ্ৰেৰণা দিবলৈ তলৰ উক্তি সমূহ পঢ়ক।

“যদি আপুনি নিজকে শক্তিশালী, বুলি ভাবে তেন্তে আপুনি শক্তিশালী হ’ব।”

~ স্বামী বিৱেকানন্দ

“চেষ্টা কৰা সকলৰ বাবে অসম্ভৱ বুলি একো নাই।”

~ আলেকজেণ্ডাৰ দ্য গ্ৰেট

“যেতিয়া আপোনাৰ এটা সপোন থাকে, ইয়াক বাস্তৱ ৰূপ দিবলৈ হ’লে ইয়াক সদায় দেখি থাকিব লাগিব।”

~ কেৰল বাৰ্ণেট

“অভিজ্ঞতা হৈছে আমাৰ একমাত্ৰ শিক্ষক। আমি গোটেই জীৱন কথা পাতিব পাৰোঁ আৰু যুক্তি দিব পাৰোঁ, কিন্তু আমি সত্যৰ এটা শব্দও বুজি নাপাম।”

~ স্বামী বিৱেকানন্দ

“একমাত্ৰ অসম্ভৱ যাত্ৰা টো হৈছে আপুনি কেতিয়াও আৰম্ভ নকৰা যাত্ৰা।”

~ টনি ৰবিন্স

“য’ত কোনো সংগ্ৰাম নাই, তাত প্ৰগতিও নাই।”

~ ফ্ৰেডৰিক ডগলাচ

“ভুল সিদ্ধান্ততকৈ সিদ্ধান্তহীনতাৰ দ্বাৰা অধিক লোকচান হয়।”

~ মাৰ্কাছ টুলিয়াছ চিচেৰো

“সফলতাৰ বাবে কৰ্মৰ প্ৰয়োজন। কৰ্মৰ বাবে প্ৰয়োজন পদক্ষেপৰ।”

~ চাণক্য

“আটাইতকৈ ভাল ঘোঁৰাটোৱে সদায় ঘোঁৰাদৌৰ প্ৰতিযোগিতা নিজিকে”

~ অজ্ঞাত
motivational quotes assamese image
About Capability of Horse in a quote in assamese

5 Best assamese motivational quotes

“যেতিয়া আপুনি অনুপ্ৰেৰিত হয়, ঠিক তেতিয়াই লক্ষ্য নিৰ্ধাৰণ কৰক আৰু লক্ষ্যটোৰ পিছত অপ্ৰতিৰোধ্য প্ৰকাৰে কাম কৰক তেতিয়াহে জীৱনে এটা অৰ্থ পায়।” 

-লেচ ব্ৰাউন

“আপোনাৰ প্ৰথম বিজয়ৰ পিছত বিশ্ৰাম নল’ব কিয়নো যদি আপুনি দ্বিতীয় স্থানত বিফল হয়, বহু মুখ ক’বলৈ অপেক্ষা কৰি আছে যে আপোনাৰ প্ৰথম বিজয় কেৱল ভাগ্য আছিল।”

~ এ পি জে আব্দুল কালাম

 “নিজৰ জীৱনৰ চিত্ৰ-নাট্য নিজেই লিখক, এই দায়িত্ব লোকৰ হাতত কেতিয়াও নিদিব।”

~ ওপ্ৰা উইনফ্ৰে

“শত্ৰুৰ ৰূপে বন্ধু পালে বা নাপালেও কিন্তু বন্ধুৰ ৰূপত শত্ৰু নিশ্চয়ে পাবা।”

~ চাণক্য

 “এটা ধাৰণা (idea) লওঁক, সেই ধাৰণা টোক আপোনাৰ জীৱন কৰি লওক। ইয়াৰ বিষয়ে চিন্তা কৰক, ইয়াৰ সপোন দেখক, সেই ধাৰণাটোৰ ওপৰত জীয়াই থাকক, মগজু, পেশী, স্নায়ু, আপোনাৰ শৰীৰৰ প্ৰতিটো অংশ সেই ধাৰণাৰে পৰিপূৰ্ণ হ’বলৈ দিয়ক, অন্য কোনো ধৰণৰ ধাৰণাক মনলৈ আহিবলৈ নিদিব। এয়াই হৈছে সফলতাৰ উপায়।”

~ স্বামী বিৱেকানন্দ

motivational quotes assamese image

ওপৰত দিয়া উক্তি সমূহৰ কিছুমান আমি ফটো আকাৰে প্ৰস্তুত কৰিছোঁ। তলত কেইটামান আৰু ওপৰতো উক্তি সমূহৰ মাজে মাজে কেইটামান ফটো দিলোঁ। সেইবোৰ আপোনালোকে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিবলৈ ডাউনলোড  কৰিব পাৰে।

motivational quotes assamese image
Quote of Chanakya on Work in Assamese
motivational quotes assamese image
Quote of Albert Einstein on work in Assamese
motivational quotes assamese image
Quote of Mahatma Gandhi on work in Assamese
motivational quotes assamese image
Quote of Opra winfre on Life in Assamese
motivational quotes assamese

সামৰণি ||conclusion||

আমি বিস্তৃত ভাৱে বিভিন্ন মহান ব্যক্তিৰ Motivational quotes Assamese লিখিলোঁ। আমাৰ দৃঢ় বিশ্বাস এই Assamese motivational quotes বোৰে আপোনাক অতিশয় অনুপ্ৰাণিত কৰিলে। ইয়াত যিবোৰ উক্তি দিয়া হৈছে সেইবোৰে সঁচাকৈ ঋণাত্মক চিন্তাৰ দ্বাৰা গ্রস্ত এজনকেই হওক বা কিবা এটা নতুন উদ্যম ল’ব বিচৰা এজনকেই হওক সকলোকে নিশ্চিতভাৱে অনুপ্ৰাণিত কৰিব। কিবা যদি ভুল দেখে তেন্তে তলৰ কমেণ্ট ত আঙুলিয়াই দিব বুলি আশা থাকিল।

Leave a Reply

Your email address will not be published.