Skip to content

Sukapha Day or Asom Day 2021greetings Images in assamese for social Share|চুকাফা দিৱস বা অসম দিৱস|

 আপুনি social media ত share কৰিবলৈ চুকাফা দিৱস 2021 বা অসম দিৱস 2021ৰ ফোটো বিচাৰি আছে? আপুনি সঠিক ৱেবছাইটত আহি পালে। ইয়াত আমি sukapha day2021 or Asom day 2021 greetings Images for social share  বনাইছোঁ, নিঃসংকোচে ফটোবোৰ শ্বেয়াৰ কৰিব পাৰিব।

Sukapha Day or Assam Day Greetings images in assamese

    চুকাফা, চমু পৰিচয়:

    চুকাফা(চিউ-কা-ফা) আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ 1228 চনত চীনৰ য়ুনান প্ৰদেশৰ বৰ্তমান ৰ মং মাও নামৰ ঠাইৰ পৰা পাটকাই পৰ্বত অতিক্ৰম কৰি আহি অসমত স্থাপন কৰা আহোম ৰাজ্য পৰৱৰ্তী সময়ত আজিৰ প্ৰায় সমগ্ৰ উত্তৰপূব ভাৰতত ৰাজত্ব কৰিছিল। তেওঁ স্থাপন কৰা ৰাজ্যত আহোম সকলে প্ৰায় ছশ বছৰ ধৰি ৰাজত্ব কৰিছিল। তেওঁৰ ইয়াৰ সমগ্ৰ জাতি জনগোষ্ঠীক একত্ৰিত কৰি ৰাজপাট চলাইছিল। সেয়েহে এওঁক আধুনিক অসমৰ খনিকৰ বুলি কলেও অত্যুক্তি কৰা নহব। তেওঁৰ স্মৃতিত অসমত চুকাফা দিৱস বা অসম দিৱস পালন কৰা হয়।

    Must Read: Good morning quotes, wishes, images in assamese

    Greetings image on SukaPha Day or Assam Day for twitter post


    Sukafa Day or Assam Day Greetings images in assamese

                                               

    Greetings image on SukaPha Day or Assam Day for Facebook post

    Sukafa Day or Assam Day Greetings images in assamese

    Greetings image on SukaPha Day or Assam Day for Instagram post:

    Sukafa Day or Assam Day Greetings images in assamese

    Greetings image on SukaPha Day or Assam Day for Instagram, Facebook WhatsApp Story post:

    Sukafa Day or Assam Day Greetings images in assamese

    Leave a Reply

    Your email address will not be published.