Skip to content

independence day wishes in Assamese

independence day wishes in Assamese

Independence day wishes in Assamese | স্ৱাধীনতা দিৱসৰ শুভেচ্ছাবাণী|15 August | 15 আগষ্ট

গতিকে প্ৰতি বছৰে 15 আগষ্ট তাৰিখে আমি ভাৰতৰ জনগণে স্বাধীনতা দিৱস উদযাপন কৰোঁ আৰু ইজনে সিজনক স্বাধীনতা দিৱসৰ শুভেচ্ছাবাণী বা Independence day wishes in Assamese প্ৰেৰণ কৰোঁ। তলত অসমীয়াত স্বাধীনতা দিৱসৰ শুভেচ্ছাবাণী কিছুমান আপোনাৰ বাবে প্ৰস্তুত কৰিলোঁ।