Good Night Quotes

শুভ ৰাত্ৰিৰ উক্তি

"মই ৰাতিটো ভাল পাওঁ। কাৰণ আন্ধাৰ অবিহনে আমি কেতিয়াও তৰাবোৰ দেখা নাপাম।" – ষ্টিফেনি মেয়াৰ শুভৰাত্রী!

Good Night Quotes In Assamese

শুভ ৰাত্ৰিৰ উক্তি

"হতাশা আৰু আশাৰ মাজৰ সৰ্বশ্ৰেষ্ঠ দলং হৈছে নিশাৰ ভাল টোপনি।" – ই. যোচেফ কছমেন Good Night!

Good Night Quotes In Assamese

শুভ ৰাত্ৰিৰ উক্তি

"তাইৰ মিচিকিয়া হাঁহিটিয়ে মোক বেহুঁচ কৰি দিয়ে, তাইৰ চকুযুৰিয়ে সকলো পাহৰাই দিয়ে, আজিও আহিব তাই মোৰ সপোনত, এয়াই আশাত তাই মোক সদায় শুৱাই দিয়ে!!" শুভৰাত্রী

Good Night Quotes In Assamese

শুভ ৰাত্ৰিৰ উক্তি

“আজি আপুনি কৰা সকলো ভাল কামৰ বিষয়ে চিন্তা কৰাৰ সময় হৈছে ৰাতিখন।  আজি কৰা ভুলৰ পৰা শিকি কাইলৈৰ বাবে নতুন উদ্যম ঘটোৱাৰ সময়।” Good night!