"য'ত কিছুমান পৰক আপোন বনালে, তাতেই কিছু আপোনক পৰ ও কৰিলে! এনেদৰেই চকুৰ পচাৰতেই এই বছৰে মেলানি ও মাগিলে!" ― শুভ নৱবৰ্ষ!

"হৃদয়ৰ প্ৰাৰ্থনা এটাই আমাৰ, জীৱনটো হওক আনন্দময় তোমাৰ, দুঃখ যেন নাহে কোনোকালে জীৱনত, লাগে কম কৰি দিয়ক সুখ আমাৰ!!!"

যিটো বছৰ পাৰ হৈ গৈছে তাক পাহৰি যোৱা, নতুন বছৰটোক হাঁহি হাঁহি আকোৱালি লোৱা, কৰোঁ মই মূৰ দোঁৱাই প্ৰাৰ্থনা, নতুন বৰ্ষত পূৰ্ণ হওক তোমাৰ মনোকামনা!!! Happy new year 2022

"কাৰোবাক যাচিলোঁ ফুল, কাৰোবাক হাৰ, কিন্তু মোৰ প্রিয় বন্ধুক যাচিলোঁ নতুন বছৰৰ শুভেচ্ছা অপাৰ। " Happy New Year!!

মই ডিচেম্বৰৰ আৰু তুমি জানুৱাৰীৰ, সম্পৰ্ক যথেষ্ট ওচৰৰ কিন্তু দূৰত্ব এবছৰৰ। নৱবৰ্ষৰ ওলগ যাচিলোঁ!!

Happy New Year 2022