“If there is no struggle, there is no progress.” —Frederick Douglass

"য'ত কোনো সংগ্ৰাম নাই, তাত প্ৰগতিও নাই।" — ফ্ৰেডৰিক ডগলাচ

"More is lost by indecision than wrong decision.” —Marcus Tullius Cicero

"ভুল সিদ্ধান্ততকৈ সিদ্ধান্তহীনতাৰ দ্বাৰা অধিক লোকচান হয়।" — মাৰ্কাছ টুলিয়াছ চিচেৰো

"যদি এজন Captain ৰ সৰ্বোচ্চ লক্ষ্য নিজৰ জাহাজ খন সংৰক্ষণ কৰা হ'ল হেতেন, তেন্তে তেওঁ ইয়াক চিৰকালৰ বাবে বন্দৰত থৈ দিলে হেতেন।" — থমাছ একুইনাছ

"Success needs action., action needs initiative." - Chanakya

"সফলতাৰ বাবে কৰ্মৰ প্ৰয়োজন। কৰ্মৰ বাবে প্ৰয়োজন পদক্ষেপৰ।" - -চাণক্য

"As soon as the fear approaches near; attack and destroy it."-Chanakya

"ভয় ওচৰ চাপি অহাৰ লগে লগে আক্ৰমণ কৰি ইয়াক ধ্বংস কৰক।"  -চাণক্য

"আপোনাৰ আগত মিঠাকৈ কথা কোৱা কিন্তু আপোনাৰ পিঠিৰ পিছফালে আপোনাক ধ্বংস কৰিবলৈ চেষ্টা কৰা বন্ধুক এৰাই চলিব, কিয়নো তেওঁ ওপৰত গাখীৰ থকা বিষাক্ত পদাৰ্থৰে ভৰ্তি কলহৰ দৰে।" -চাণক্য