সকলো সফলতা আহে আত্ম-অনুশাসনৰ পৰা, যিটো আৰম্ভ হয় আপোনাৰ পৰা। — ডোৱেন জনচন

All success begins with Self-Discipline. It starts with you. — Dwayne Johnson

"একমাত্ৰ অসম্ভৱ যাত্ৰা টো হৈছে আপুনি কেতিয়াও আৰম্ভ নকৰা যাত্ৰা।" - টনি ৰবিন্স

The only impossible journey is the journey you never started. " - Tony Robbins

"সফলতাই চূড়ান্ত নহয়, বিফলতাও মাৰাত্মক নহয়; দুয়োটাকে অব্যাহত ৰখাটো হৈছে সাহস।"

“Success is not final, failure is not fatal: it is the courage to continue that counts.” – Winston Churchill

"নিজৰ জীৱনৰ চিত্ৰ-নাট্য নিজেই লিখক, এই দায়িত্ব লোকৰ হাতত কেতিয়াও নিদিব।" — ওপ্ৰা উইনফ্ৰে

“You define your own life. Don’t let other people write your script.” — Oprah Winfrey

“শত্ৰুৰ ৰূপে বন্ধু পালে বা নাপালেও কিন্তু বন্ধুৰ ৰূপত শত্ৰু নিশ্চয়ে পাবা।”

📝 চাণক্য।

Even if you find a friend as an enemy or not, you will definitely find an enemy as a friend.

📝 Chanakya.

"একো অসম্ভৱ বা ইংৰাজীত impossible নহয়। শব্দটোৱে নিজেই কয় 'i m possible!'"

"Nothing is impossible or impossible. The word itself says 'i m possible!'"

— অড্ৰে হেপবাৰ্ণ

— Audrey Hepburn

“A person who never made a mistake never tried anything new.”

- Albert Einstein

"যিজনে জীৱনত কেতিয়াও ভুল কৰা নাছিল, তেন্তে তেওঁ কেতিয়াও নতুন একো চেষ্টা কৰা নাছিল।"

- এলবাৰ্ট আইনষ্টাইন