“শত্ৰুৰ ৰূপে বন্ধু পালে বা নাপালেও কিন্তু বন্ধুৰ ৰূপত শত্ৰু নিশ্চয়ে পাবা।”

Assamese motivational Quotes

"আপুনি কৰা প্ৰায় সকলো বোৰ কামৰ কোনো গুৰুত্ব নাথাকিব পাৰে, কিন্তু আপুনি কাম কৰাটো গুৰুত্বপূৰ্ণ।" ~ মহাত্মা গান্ধী

Assamese motivational Quotes

Assamese motivational Quotes

সত্য এইটোৱে যে বেপাৰত কেতিয়াও বন্ধু নাথাকে আৰু যি মিত্ৰ থাকে, তেন্তে তেওঁৰ বাবে তুমি এটা জখলা মাত্ৰ। - চাণক্য।

"আপোনাৰ আগত মিঠাকৈ কথা কোৱা কিন্তু আপোনাৰ পিঠিৰ পিছফালে আপোনাক ধ্বংস কৰিবলৈ চেষ্টা কৰা বন্ধুক এৰাই চলিব, কিয়নো তেওঁ ওপৰত গাখীৰ থকা বিষাক্ত পদাৰ্থৰে ভৰ্তি কলহৰ দৰে।" -চাণক্য

"নিজৰ জীৱনৰ চিত্ৰ-নাট্য নিজেই লিখক, এই দায়িত্ব লোকৰ হাতত কেতিয়াও নিদিব।"

Assamese motivational Quotes

"জীৱন নামৰ ৰচী ডাল বৰ লেহুকা, ইযাক পাক নোখোৱাকৈ পোন ৰাস্তাত লৈ যোৱাটো হৈছে আপোনাৰ কৰ্তব্য।" — নিকোল কিডমেন

Assamese motivational Quotes

বিবাদৰ মাজত নিজকে হেৰুৱাই নেপেলাবা কিয়নো তেওঁক শব্দৰে হৰুৱাব নোৱাৰা যেতিয়া তথ্যৰে পিছ পেলোৱা ~চাণক্য।

Assamese motivational Quotes

এনেধৰণৰ 45 টাৰো অধিক অনুপ্ৰেৰণাদায়ক মহৎ লোকৰ বাণী পঢ়িবলৈ আৰু সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব পৰা আৰু এটা টিপত ডাউনলোড কৰিব পৰা সামগ্ৰী পাবলৈ তলৰ "learn more" টিপি আমাৰ ৱেব পেজ visit কৰক।