প্ৰত্যেকটো পুৱাই যেন তোমাৰ/আপোনাৰ জীৱনলৈ নতুন আশা আৰু নতুন সুযোগ লৈ আহে, তাৰেই কামনাৰে… শুভ প্ৰভাত!

ৰাতিপুৱা চকু মেল খোৱা মুহূৰ্তৰ পৰা ৰাতি চকু মুদাৰ মুহূৰ্তলৈকে, প্ৰতিটো পল যেন তোমাৰ আনন্দ আৰু হাঁহিৰে পাৰ হওক তাৰেই কামনাৰে। সুপ্ৰভাত!!!

চৰাইবোৰে প্ৰভাতি সুৰ গাই আছে, আৰু গছবোৰৰ মাজেৰে মৃদু বতাহ বৈছে; তোমাক জগাই তুলিবলৈ কি নিখুঁত ৰাতিপুৱা!! সুপ্ৰভাত!

দৃঢ়তা আৰু ধনাত্মক মনোভাৱৰে দিনটো আৰম্ভ কৰক। আপোনাৰ আজিৰ দিনটো মধুৰ হওক। শুভ প্ৰভাত বন্ধু!